Home ৰাজ্যতেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

by News Desk
51 views
A+A-
Reset

তেজপুৰঃ সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যকাণ্ডৰ প্ৰতিবাদত আজি শোনিতপুৰ জানেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোনিতপুৰ প্ৰেছ ক্লাৱৰ সদস্য সকলে তেজপুৰ চহৰত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যাকাণ্ডৰ বিচাৰ চি বি আইৰ হাতত অৰ্পন কৰাৰ দাবী উত্থাপন কৰি সাংবাদিক সকলে এক সমদল উলিয়ায়৷ সমদলত অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক ৰাজিৱ দাস, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ লগতে বহু কেইটা সাংবাদিক সংগঠন, জাতীয় সংগঠনৰ নেতা কৰ্মী সকলে কলা বেজ পৰিধান কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0