Home ৰাজ্যধেমাজিত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ধেমাজিত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

by News Desk
66 views
A+A-
Reset

ধেমাজিঃ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে বিগত সময়চোৱাত ছাত্র-ছাত্ৰীৰ মৌলিক সমস্যাবোৰৰ সমাধানসূত্ৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বৰ্তমান সকলোতকৈ উদ্বেগৰ কথাটো হৈছে যে ধেমাজিৰ নগৰৰ মাজমজিয়াত কোনো প্ৰচলিত নীতি-নিয়ম নমনাকৈ জনবসতিপূৰ্ণ এলেকাত অবৈধ ভাৱে গঢ়ি উঠিছে বহিৰাগত গৌতম বেৰিয়া মালিকাধীন বজৰং ৰাইচ মিল।

যাৰ ফলশ্ৰুতিত অঞ্চলটোলৈ কঢ়িয়াই আনিছে ব্যাপক ভাবুকি। পৰিতাপৰ কথা এয়া যে সেই অঞ্চলৰ জনসাধাৰণে বৰ্তমান বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আৰু সেই অবৈধ মিল বনাই থকা অঞ্চলটোৰ ওচৰতে একাধিক চৰকাৰী কাৰ্যালয় আৰু বহুকেইখন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় আছে। তাৰ পাছতো আশ্চৰ্যজনক ভাৱে ধেমাজি জিলা প্ৰশাসনৰ সম্মুখতে গঢ় লৈ উঠিছে এই অবৈধ উদ্যোগটো।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0