Home ৰাজ্যআটা চোৰ-চাউল চোৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত জোনাইত প্ৰতিবাদ

আটা চোৰ-চাউল চোৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত জোনাইত প্ৰতিবাদ

by News Desk
62 views
A+A-
Reset

জোনাইঃ অগপ, বিজেপি আৰু বিপিএফ মিত্ৰ জোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্মীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলেও দুৰ্নীতি যেন আজিও সংঘটিত হৈ আহিছে৷ আনহাতে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো তদন্ত ঘোষণা নকৰে প্ৰশাসনে৷ যেতিয়ালৈ দল-সংগঠন তথা ৰাইজে যেতিয়ালৈ ৰাজ পথলৈ ওলাই নাহে তেতিয়ালৈকে তদন্ত ঘোষণা নকৰে প্ৰশাসনে৷

তাৰ মাজতে চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকৰ বাবে যোগান ধৰা ১২০০০ কুইন্টল আটা কেলেংকাৰীয়ে উত্তপ্ত কৰি ৰাখিছে জোনাই মহকুমা৷ দৰিদ্ৰ লোকৰ বাবে সুলভ মুল্যত যোগান ধৰা চাউল-আটা সমূহ সুলভ মূল্যৰ দোকানীয়ে ২০১৫-২০১৭ চনৰ এপ্ৰিল মাহলৈকে হৰলুকি কৰি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে জোনাই মহকুমা৷ প্ৰায় ১২ হাজাৰ কুইন্টল আটা যোগান বিষয়াৰ মিলি হৰলুকী কৰাৰ ঘটনাৰ তদন্ত কৰাৰ দাবীত শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতিয়বাদী যুৱ পৰিষদে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0