Home ৰাজ্যকৃষক বিদ্ৰোহঃ মধ্যপ্ৰদেশৰ পাছত অসম

কৃষক বিদ্ৰোহঃ মধ্যপ্ৰদেশৰ পাছত অসম

by News Desk
69 views
A+A-
Reset

 মঙলদৈঃ ফচলৰ উচিত মূল্য আৰু কৃষি ঋণ ৰেহাইৰ দাবীত দেশৰ বিভিন্ন স্থানত দপদপাই জ্বলি উঠা কৃষক বিদ্ৰোহৰ জুই এইবাৰ অসমলৈ বিয়পিল। যোৱা মঙলবাৰে মধ্য প্ৰদেশৰ মান্দছৌৰত আৰক্ষীৰ গুলিত পাঁচজনকৈ কৃষকে প্ৰাণ হেৰুওৱাৰ পাছত কালি একাংশ প্ৰতিবাদী কৃষকে যানবাহনত অগ্নিসংযোগ কৰি বিস্ফোৰক পৰিস্থিতি সৃষ্টি কৰাৰ ঘটনাই দেশজুৰি তুমুল আলোড়নৰ সৃষ্টি কৰিছে।

কৃষকৰ এনে হিংসাত্মক প্ৰতিবাদৰ আঁৰত কংগ্ৰেছৰ ষড়যন্ত্ৰ নিহিত থকা বুলি বিজেপি সৰৱ হৈ উঠাৰ সময়তে আজি ৰাজ্যৰ বিভিন্ন স্থানত যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। মঙ্গলদৈ লোকসভা সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত কলাইগাওঁ বিধানসভা সমষ্টি সমিতিত সহযোগত কেন্দ্ৰৰ বিৰুদ্ধে কলাইগাওঁ চহৰৰ মাজমজিয়াত পথ অৱৰোধ কাৰ্যসবচীৰে পৰিবেশ উত্তাল কৰি তোলে একাংশ যুৱ কংগ্ৰেছীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0