60
লখিমপুৰঃ লখিমপুৰত টাই-আহোম যুৱ ছাত্ৰ পৰিষদৰ পৰ্তিবাদ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পলমকৈ বানপীড়িত অঞ্চল পৰ্যবেক্ষণ কৰিব অহাত ক্ষোভিত হৈ টাই আহোম যুৱ পৰিষদে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷
লখিমপুৰৰ প্ৰায় ৩ লাখ লোক আৰু প্ৰায় ষোল্লহাজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ পাছতো মুখ্যমন্ত্ৰী গৰাকীয়ে বান ক্ষতিগ্ৰস্ত খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷