Home ৰাজ্যহিম্মৎসিংকাৰ বিৰুদ্ধে গোচৰ কমল দাসৰ, মুকেশ হুণ্ডাইত প্ৰতিবাদ, অখিলৰ সাক্ষাৎ কৰ্মচাৰীক

হিম্মৎসিংকাৰ বিৰুদ্ধে গোচৰ কমল দাসৰ, মুকেশ হুণ্ডাইত প্ৰতিবাদ, অখিলৰ সাক্ষাৎ কৰ্মচাৰীক

by News Desk
44 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে কেইবাশতাধিক লোকে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবীত ডিলাৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ বহিৰাগত বণিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদকৰীসকলে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবী জনায়৷ গনেশগুৰিৰ মুকেশ হুণ্ডাইৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনি সংগঠনে নিৰ্যাতিতা কমল দাসক ক্ষতিপূৰণ দিয়াৰ লগতে আন আন কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদানৰ দাবী জনায়৷

মুকেশ হুণ্ডাইৰ সঞ্চালক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে অসমৰ ৰাইজক ক্ষমা খোজাৰ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম উন্নয়ন সমিতিৰ মহানগৰ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ বহিৰাগতৰ দাদাগিৰী নচলিব বুলি স্পষ্ট কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0