56
ছিপাঝাৰঃ প্ৰব্ৰজন বিৰোধী ঐক্য মঞ্চই আজি ছিপাঝাৰৰ নাৰিকলিত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ঘন্টা ধৰি অৱৰোধ কৰে।
ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কুৰুৱাৰ পৰা ধলপুৰলৈ সমগ্ৰ চৰ অঞ্চলৰ ৭৭হাজাৰ ৪২০ বিঘা মাটি সন্দেহযুক্ত বাংলাদেশী লোকৰ পৰা বেদখল মুক্ত কৰাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।