65
চৰাইদেউঃ মূল্য বৃদ্ধি ৰোধ আৰু বিদ্যুৎ সেৱা নিয়মীয়া কৰাত বিফল হোৱাৰ অভিোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ-পৰিষদ অসম চমুকৈ টাইপাই।
উজনি অসমৰ অন্যতম চহৰ সোণাৰিত আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই৷