Home ৰাজ্যনলবাৰী জিলা ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নলবাৰী জিলা ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
66 views
A+A-
Reset

নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো সদৌ অসম ছাত্ৰ সন্থাৰ এমহীয়া প্ৰতিবাদ কাৰ্যসূচীৰ আজি সফল ৰূপায়ন হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ বানপীড়িতক উপযুক্ত ক্ষতিপূৰণ দিয়া, বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমৰ প্ৰতিটো অঞ্চলৰ ৰাস্তা-ঘাট মেৰামতি কৰাৰ দাবীত আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়৷

উক্ত কাৰ্যসূচীত নলবাৰী জিলাৰ ছাত্ৰ সন্থাই বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক লগত লৈ আঞ্চলিক আছুৰ কৰ্মী সকল উপস্থিত থাকি পথ অৱৰোধ কাৰ্যসূচী সফল কৰি তোলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0