Home ৰাজ্যশৈক্ষিক সমস্যা সমাধানৰ দাবীত শিৱসাগৰত আছুৰ বিক্ষোভ

শৈক্ষিক সমস্যা সমাধানৰ দাবীত শিৱসাগৰত আছুৰ বিক্ষোভ

by News Desk
85 views
A+A-
Reset

শিৱসাগৰঃ বিভিন্ন শৈক্ষিক সমস্যাৰ সমাধানৰ দাবীত শিৱাগৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে৷ ৰাইজৰ মৌলিক সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰখনে শিক্ষাৰ ক্ষেত্রত কেতবোৰ ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনিকে ধৰি নানান সমস্যা সমাধানৰ বাবে কাম কৰিব বুলি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু পৰৱৰ্তি সময়ত শিক্ষা খণ্ডৰ উন্নয়ণৰ বিপৰীতে চৰকাৰখনে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংসৰ মূখলৈ ঠেলি দিয়াৰ ষড়যন্ত্র কৰিছে৷ 

তেনে অভিযোগ উত্থাপন কৰি আজি শিৱসাগৰ জিলা আছু সমিতিয়ে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷  আচুৰ জিলা সমিতিখনে ৫০ খনকৈ বিদ্যালয় কেন্দ্ৰীয় বৰ্ডৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা, ছেবা গ্ৰহণ যোগ্যতা শেষ কৰিবলৈ গ্ৰেছ নম্বৰৰ বিষয় ৰাজহুৱা কৰা, ৰাজ্যৰ অসমীয়া আৰু অনা-অসমীয়া শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা আদি কাৰ্য্যৰ দাবী উত্থাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0