52
চৰাইদেউঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হৈছে৷ আজি কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ চৰাইদেউ জিলা সমিতিয়ে ‘জেল ভৰো’ কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদ সাব্যস্ত কৰা কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলে সোণাৰি আৰক্ষী থানালৈ আগবাঢ়িছিল যদিও আৰক্ষীৰ বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।