60
মোৰাঝাৰঃ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত পুনৰ ডবকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলা সমিতিয়ে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডবকা চহৰত।
কৃষক মুক্তিৰ কেবাশতাধিক কৰ্মীয়ে আজি সন্ধিয়া ডবকাৰ পুলিচ পইন্টৰ কাষত পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গান দি সমগ্র পৰিবেশ উত্তাল কৰি তোলে।