Home ৰাজ্যদীনদয়াল প্ৰতিবাদ, বিশ্বনাথত উত্তপ্ত পৰিস্থিতি

দীনদয়াল প্ৰতিবাদ, বিশ্বনাথত উত্তপ্ত পৰিস্থিতি

by News Desk
60 views
A+A-
Reset

বিশ্বনাথ চাৰিআলিঃ বিষয় দীনদয়াল৷ ৰাজ্যৰ একচত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুশুনে অসমীয়াৰ কথা৷ অসমীয়া জাতিৰ তামাম প্ৰতিবাদৰ পাছতো ৰাজ্যত স্থাপন হ’ল অসমীয়া ৰাইজে কাহানিও নাম নুশুনা দীনদয়াল উপাধ্যায়ৰ নামত কলেজ৷

মদগৰ্বী শিক্ষামন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ চৰকাৰক ভালৰি লগাবলৈ গৈ ইতিমধ্যেই সিদিনা বঙাইগাঁও জিলাৰ অভয়াপুৰীত উদ্বোধন কৰিলে ৰাজ্যৰ প্ৰথমখন পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়৷ তাৰ পাছতেই আজি বিশ্বনাথ জিলাৰ ৰতোৱাত স্থাপন কৰা দীনদয়াল উপাধ্যায় মহাবিদ্যালয় খনৰ আনুষ্ঠানিক মুকলি কৰাৰ প্ৰাক মুহূৰ্তত জিলাখনত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0