65
নগাঁও টাউনঃ দেশত মূল্য বৃদ্ধি ঘনে ঘনে বৃদ্ধি পাইছে যদিও এইবাৰ আকৌ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত সকলোৱে অসুবিধাৰ সন্মুখীন হৈছে।
তাৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাৰ যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সমিতিয়ে আজি নগাঁও চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।