Home ৰাজ্যশিক্ষক দিৱসৰ দিনা লখিমপুৰত শিক্ষকৰ অৱস্থান ধৰ্মঘট

শিক্ষক দিৱসৰ দিনা লখিমপুৰত শিক্ষকৰ অৱস্থান ধৰ্মঘট

by News Desk
68 views
A+A-
Reset

লখিমপুৰঃ আজি শিক্ষক দিৱস। জ্ঞানৰ পুজাৰী শিক্ষক সকলৰ আজি পবিত্ৰ দিনত লখিমপুৰত দেখা গল বিপৰীত ছবি। ন্যায্য প্ৰাপ্যৰ দাবীত শিক্ষাগুৰু সকল বহিল অৱস্থান ধৰ্মঘটত৷ অসম হাইস্কুল ফিক্সড পে শিক্ষক সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰাঙ্গনত চাৰি চেপ্তেম্বৰৰ পৰা পোন্ধৰদিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে।

জিলা খনৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ লগতে হাইমাদ্ৰাছা বিদ্যালয় সমূহত ২০০১ চনত নিৰ্দ্ধাৰিত হাৰত মাহে ২৫০০ টকাত নিযুক্তি প্ৰাপ্ত মুঠ ৭৯ জন শিক্ষক শিক্ষয়িত্ৰীক তৎকালেই চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই ৰাজ্য চৰকাৰক৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0