64
লংকাঃ থলুৱাৰ ভূমি উচ্ছেদ, সাংবাদিকক চুৰিকাঘাট, নগাঁৱত খিলঞ্জীয়াৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ আদিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি সদা সৰৱ৷
আজি উদালী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে থলুৱাৰ উচ্ছেদ বন্ধ কৰক, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক, খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰক, বি জে পি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় আদি প্লে কাৰ্ড হাতত লৈ প্ৰতিবাদত উত্তাল কৰি তোলে ফুলতলীৰ আকাশ বতাহ।