Home ৰাজ্যধৰ্ষণকাৰীক শাস্তি দিয়াৰ দাবীত বৈঠালাংছ’ত বিক্ষোভ

ধৰ্ষণকাৰীক শাস্তি দিয়াৰ দাবীত বৈঠালাংছ’ত বিক্ষোভ

by News Desk
48 views
A+A-
Reset

বৈঠালাংছ’: বৈঠালাংছ’ৰ ৮ নং তামোলবাৰী পাহাৰত এগৰাকী যুৱতীক সাতজনকৈ যুৱকে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত বৰক্ৰক অঞ্চলত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল-সংগঠনে। কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি নিমচ’ চিংথুৰ আচং আৰু স্থানীয় ৰাইজে ‘নাৰী নিৰ্যাতন বন্ধ কৰক’, ‘ধৰ্ষণকাৰীক ফাঁচি দিয়ক’, ‘অপৰাধীক শাস্তি দিয়ক’, ‘আমাৰ দাবী পুৰণ কৰক’ আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে।

প্ৰতিবাদী সমদল ৰেংখাং নতুন বজাৰৰ পৰা বৰক্ৰক দৈনিক বজাৰলৈ প্ৰায় ৪ কি.মি. পথ অতিক্ৰম কৰে। 
অভিযোগ মতে ১০ মে’ত বিহু চাবলৈ বুলি যোৱা যুৱতীগৰাকীক সাতজনকৈ যুৱকে ধৰি লৈ যায়। তাৰ পিছতে ওৰে নিশা যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ পিছত পিছদিনা ডিঙি চেপি হত্যা কৰে বুলি স্থানীয় ৰাইজে জনাইছে।                        

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0