56
শিৱসাগৰঃ ফৰলেনযুক্ত পথ নিৰ্মাণ তথা ভূমি অধিগ্ৰহণৰ নামত ৩০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত আজিও প্ৰতিবাদ অব্যাহত আছে শিৱসাগৰত৷
শিৱসাগৰৰ কেইবাটাও সংগঠনৰ উমৈহতীয়া মঞ্চ যৌথ সংগ্রামী মঞ্চৰ শতাধিক প্রতিবাদকাৰীয়ে আজি পথ অৱৰোধ কৰি কেলেংকাৰীৰ তদন্তৰ দাবী জনায়৷