Home ৰাজ্যবিধ্বস্ত শ্বিলং পথকলৈ অতিষ্ঠ কাৰ্বি আংলং-ডিমা হাছাওবাসী

বিধ্বস্ত শ্বিলং পথকলৈ অতিষ্ঠ কাৰ্বি আংলং-ডিমা হাছাওবাসী

by News Desk
68 views
A+A-
Reset

খেৰণিঃ কি কংগ্ৰেছ, কি বিজেপি ! চৰকাৰ সলনি হ’ল, কিন্তু সললনি নহ’ল লংকা-খেৰণি-উমৰাংছু-হাফলং সংযোগী তথা শ্বিলং পথৰ বিধ্বস্ত ছবি। বাট পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে কাৰ্বি আংলং-ডিমা হাছাওবাসীক। 

উত্তৰ পূব পৰিষদৰ অধীনৰ লংকা-খেৰণি-উমৰাংছু-হাফলং সংযোগী পথছোৱাই সৰ্বত্ৰে এতিয়া অতিষ্ঠ কৰি তুলিছে বৃহত্তৰ দুই পাহাৰীয়া জিলাবাসীৰ লগতে জিলা দুখনত থকা ছাত্ৰ ছাত্রী আৰু সাধাৰণ পথচাৰীক। সম্প্ৰতি সূদীর্ঘ বছৰ ধৰি মেৰামতিৰ অভাৱত গোটেই পথটোতে সৃষ্টি হৈছে পুখুৰীসদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, ফলত এজাক বৰষুনতে বৃহৎ বৃহৎ আকাৰৰ পুখুৰীত পৰিনত হয় লংকাৰ পৰা খেৰণি-উমৰাংছ’-হাফলঙলৈ বুলি যোৱা পথছোৱাৰ বিভিন্ন স্থানত৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0