51
গৌৰীসাগৰঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে আজি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
ভুল চিকিৎসাৰ বলি হৈ জিলাখনত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈ অহাত সংগঠনটোৱে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে৷