Home ৰাজ্যনলবাৰীত এ বি এমছুৰ ঘাইপথ অৱৰোধ

নলবাৰীত এ বি এমছুৰ ঘাইপথ অৱৰোধ

by News Desk
62 views
A+A-
Reset

নলবাৰীঃ ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ঘটনাক লৈ আজি পৰ্যন্ত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ আৰু ধৰ্না। হত্যাকাৰী গ্ৰেপ্তাৰত ব্যৰ্থ হোৱা অসম আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আজি নলবাৰী-বাক্সা জিলা এবিএমছুৰ শতাধিক কৰ্মীয়ে কদমতল চ’কৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰনেতা গৰাকীৰ হত্যাকাণ্ডৰ ২৫ দিন অতিক্ৰমৰ পাছতো হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ খোৱা কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক নিলম্বিত নকৰা আৰু হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ প্ৰতিবাদত এই কাৰ্যসুচী ৰূপায়ণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0