54
নামতিঃ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ শ্ল’গান দি দিছপুৰৰ গাদী দখল কৰা বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ জোঁট চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিবলৈ আহৰি পাবনে৷ জকাইচুকৰ বাট-পথত খোজকাঢ়িব নোৱাৰি জৰাজীৰ্ণ অৱস্থাৰ বাবে৷ আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগে জকাইচুকৰ লোকে৷ যাৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিছেনে?
