Home দেশকেন্দ্ৰীয় শাসিত পডুচেৰীৰ মুখ্যমন্ত্ৰীক লাগে দিল্লী চৰকাৰৰ দৰে স্বাধীনতা

কেন্দ্ৰীয় শাসিত পডুচেৰীৰ মুখ্যমন্ত্ৰীক লাগে দিল্লী চৰকাৰৰ দৰে স্বাধীনতা

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰ আৰু গভৰ্ণৰৰ ক্ষমতাৰ পৰিসৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বুধবাৰে এক ঐতিবাসিক ৰায় প্ৰদান কৰাৰ পিছত উৎসাহিত হৈ পৰিছে আন এজন মুখ্যমন্ত্ৰী৷ দিল্লীৰ উপ-ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজত ক্ষমতাৰ বাবে বিবাদ সন্দৰ্ভত বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰী, মন্ত্ৰী মণ্ডল আৰু বিধান সভাৰ সিদ্ধান্ত ৰাজ্যপালে মানি লব লাগিব বুলি ৰায়দান কৰে। তাৰ পিছতে প্ৰতিক্ৰিয়া জাহিৰ আন এজন মুখ্যমন্ত্ৰীৰ।

সকলো বিষয়ত গভৰ্ণৰৰ হস্তক্ষেপ গ্ৰহণযোগ্য নহয় বুলি সৰ্বোচ্চ ন্যায়ালয়খনে ৰায়দান কৰাৰ পিছতে একেই কেন্দ্ৰীয় শাসিত অঞ্চল পডুচেৰীৰ মুখ্যমন্ত্ৰীয়েও বিচাৰে গভৰ্ণৰৰ অবাঞ্চিত হস্তক্ষেপৰ পৰা মুক্তি। কেন্দ্ৰীয় শাসিত এলেকা পডুচেৰীৰ মুখ্যমন্ত্ৰী বি নাৰায়ন স্বামীয়ে দিল্লীৰ দৰে আইন পডুচেৰীতো বলৱৎ হোৱাৰ ইচ্ছা ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে যদি আইন উলংঘা হয় তেন্তে ন্যায়ালয়ৰ সহায় লোৱা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0