63
আজাৰাঃ কামৰূপ জিলাৰ পলাশবাৰীৰ সমীপৰ ঐতিহ্যমণ্ডিত নহিৰাত অনুষ্ঠিত হৈছে জগদ্ধাত্ৰী পূজা৷ ৬৭ সংখ্যক নহিৰা ৰাজহুৱা জগদ্ধাত্ৰী পূজা পাচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে।
কাৰ্যসূচী অনুসৰি সন্ধিয়া দুলনী ভাৰ লৈ এক শোভাযাত্ৰা উলিওৱা হয়৷ শুকুৰবাৰে ঘটবুৰণ, দুলনী আনায়ণ, সপ্তমী বিহিত বিহিত পূজা, পুস্পাঞ্জলী প্ৰদান, চৈতালী নাম, আৰতী আৰু নিশা গোপীনাথ কুৰকুৰী নাটিকা গোষ্ঠিয়ে নাট প্ৰদৰ্শন কৰিব।