Home ৰাজ্যমহা অষ্টমী নাহৰকটীয়াত ভক্তৰ ভিৰ

মহা অষ্টমী নাহৰকটীয়াত ভক্তৰ ভিৰ

by News Desk
58 views
A+A-
Reset

নাহৰকটীয়াঃ আজি মহা অষ্টমী। সমগ্ৰ ৰাজ্যৰ লগতে আজি মহা অষ্টমীৰ পবিত্ৰ দিনটোত নাহৰকটীয়াৰ বিভিন্ন পূজা মণ্ডপতো দেখা গ’ল ভক্তৰ লানি নিচিগা সোত৷ ধৰ্মীয় অনুভূতিৰে জীপাল হৈ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ শ্ৰী চৰণত এপাহ ফুল অৰ্পণ কৰি মনোবাঞ্চা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিছে ভক্তপ্ৰাণ ৰাইজে৷ 

আনহাতে ভক্তক আকৰ্ষন কৰিবলৈ তৎপৰ হৈ পৰিছে পূজা সমিতি সমূহো৷ জাক জমকতাৰে আটক ধুনীয়াকৈ পূজা সমিতি সমূহে সাজি উলিয়াইছে পূজা মণ্ডপসমূহ৷ বিভিন্ন ৰূপৰ কাৰীকৰী কৌশলৰে নিৰ্মান কৰা প্ৰতিমা আৰু বিভিন্ন আন আন বিষয়বোৰে দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0