Home ৰাজ্যঅসম আন্দোলনৰ নেতা পুলিন নাথক স্মৰণ

অসম আন্দোলনৰ নেতা পুলিন নাথক স্মৰণ

by News Desk
95 views
A+A-
Reset

ঢেকীয়াজুলিঃ ৮৩ৰ অসম আন্দোলনৰ হোতা জাতীয়তাবাদী পুলিন নাথক স্মৰণ কৰিলে শোণিতপুৰ জিলাৰ কাৱৈমাৰীবাসীয়ে৷ ২০১৬ চনৰ ৬ আগষ্টত শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ ছহীদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতেই জটিল ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক আকোৱালি লৈছিল পুলিন নাথে৷

শোণিতপুৰৰ বিহগুৰিৰ পুলিন নাথ আছিল ছাত্ৰৱস্থাৰ পৰাই সংগ্ৰামী মনৰ লোক৷ অসম আন্দোলনৰ সময়ত অতি নিষ্ঠা আৰু সাহসিকতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে আন্দোলনত জপিয়াই পৰি সংগ্ৰাম কৰি গৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0