50
পুৰণিগুদামঃ নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী পাৰুলবালা গোস্বামী বামুনী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক ললিত চন্দ্ৰ শইকীয়াই যোৱা ২০১৮ বৰ্ষৰ অক্টোৱৰ মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল যদিও তেওঁক আজিহে বিদ্যালয়খনৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।