59
পুৰণিগুদামঃ নগাঁৱৰ পুৰণিগুদামৰ চলচলিত শনিবাৰে পুৱাতে অনিয়মীয়া শিক্ষাদানক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।
স্থানীয় ৰাইজে ৪৮৩ নং চলচলি বালক মোক্তাৱ বিদ্যালয়লৈ শিক্ষক-শিক্ষয়িত্ৰী পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়খনৰ গে’টত তলা বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।