Home ৰাজ্যকাকডোঙাত পথ নিৰ্মাণৰ কাৰ শুভৰাম্ভ কৰিলে সাংসদ গৌৰৱে

কাকডোঙাত পথ নিৰ্মাণৰ কাৰ শুভৰাম্ভ কৰিলে সাংসদ গৌৰৱে

by News Desk
76 views
A+A-
Reset

দেৰগাওঁঃ কলিয়াবৰ লোকসভা সমষ্টিৰ গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তগৰ্ত দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ চাবুকধৰা আলিৰ পৰা ওপৰখাটোৱাল মহিমা সংযোগী পথৰ লগতে পহুছোৱা পৰা মহিমা চোমনি সংযোগী গড়কাপ্তনি পথৰ শনিবাৰে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ আঁচনিৰ অধীনত পকীকৰণৰ কাম শুভাৰম্ভ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷

অনুষ্ঠানত উপস্থিত থাকে দেৰগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক ভৱেন ভৰালী, দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ীকা আৰতি হাজৰিকা কছাৰী, কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতি হাজৰিকা, গোলাঘাট জিলাৰ গড়কাপ্তানি কাৰ্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ চাংকাকতি, দেৰগাওঁ গড়কাপ্তনি উপ সংমণ্ডলৰ অভিযন্তা, কনিষ্ঠ অভিযন্তা কিৰটি বৰা, দেৰগাঁও জিলা পৰিষদ সদস্য ভৱেন গগৈ, যোৰহাট জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কৃষ্ণ দাস, বিশিষ্ট সমাজ কৰ্মী বাণী হাজৰিকা, দক্ষিণ-পূব কাকডোঙাৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী মিনু গগৈ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0