Home ৰাজ্যকামপুৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

কামপুৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

by News Desk
72 views
A+A-
Reset

কামপুৰঃ ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্বৰে পৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাৰ প্ৰতিনিধি সকলে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে ৷ সকলোবোৰ যেন ফুটুকাৰ ফেন ৷ বিভিন্ন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে মন্ত্ৰী-বিধায়ক সকলে বহুবল্কী ভাষণৰ ফুলজাৰিৰে মোহাচন্ন কৰি ৰাখিছে সাধাৰণ জনতাক৷ সমাধান কৰিব পৰা নাই কোনোধৰণৰ সমস্যা৷ বৰ্তমানেও ৰাজ্যৰ বাট-পথে জুৰুলা কৰিছে আহিছে ৰাইজক৷

নগাঁও জিলাৰ কামপুৰত মঙলবাৰে কুঁৱৰীআটি গাঁৱলৈ আৱন্টিত হোৱা এটা পথ নাৰিকলি গাঁৱলৈ স্থানান্তৰিত কৰাক বাবে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ৰাইজে কামপুৰ-ৰহা সংযোগী পথ বন্ধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কামপুৰৰ বাট-পথবোৰ দেখিলেই সহজে অনুমান হয় যে কি দুৰৱস্থাত অহা-যোৱা কৰিবলগীয়া হৈছে কামপুৰবাসীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0