Home ৰাজ্যগছত উঠা অজগৰক লৈ বিপাঙত পৰিল বনকৰ্মী-আৰক্ষী

গছত উঠা অজগৰক লৈ বিপাঙত পৰিল বনকৰ্মী-আৰক্ষী

by News Desk
58 views
A+A-
Reset

নগাঁওঃ বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ফলত জনাঞ্চলত বিভিন্ন বন্যপ্ৰাণীৰ মুক্ত বিচৰণৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াত সোমবাৰে দুপৰীয়া এটা অজগৰক লৈ সৃষ্টি হয় এক অনাহুত পৰিস্থিতি৷ জানিব পৰা মতে, এগৰাকী লোকে নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ দাঁতিৰ এজোপা তেতেলী গছত ওপৰত আশ্ৰয় লৈ থকা প্ৰত্যক্ষ কৰে অজগৰ।

পিছত সেই খবৰ নিমিষতে সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে জনতাৰ সোঁত ব’বলৈ ধৰে তেতেলীজোপাৰ কাষলৈ৷ একাংশ লোকে খবৰ দিয়ে স্থানীয় আৰক্ষী আৰু বনবিভাগক৷ আৰক্ষী আৰু বন বিভাগৰ যথা স্থানত দল উপস্থিত হয় যদিও গছৰ বহু ওপৰৰ পৰা অজগৰক কেনেকৈ নমাব তাক লৈ মহা বিপাঙত পৰে বন বিভাগৰ দলটো। প্ৰত্যক্ষ কৰাকলৈ কৌতুহল আনফালে সাপতো নমোৱাক লৈ বনবিভাগ বিমোৰত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0