সংবাদ জগতৰ পিতামহ ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু

Home ৰাজ্যসংবাদ জগতৰ পিতামহ ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু

সংবাদ জগতৰ পিতামহ ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু

by News Desk
62 views
A+A-
Reset

নলবাৰীঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীয়ে। অসমৰ সংবাদ জগতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰিছিল সংবাদ জগতৰ নক্ষত্ৰ ভাগৱতীযে। পঢ়া কালৰ পৰাই লিখা-মেলা কৰাৰ লগতে সমাজসেৱাৰ সৈতে জড়িত আছিল ভাগৱতী। সাংবাদিকতাৰ পথাৰত কেবাটাও দশক কাম কৰা বাগৱতীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যত শোকৰ ছাঁ পৰে। ৰাজ্যৰ সাংবাদিকৰ সংগঠনৰ লগতে, দল-সংগঠন তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰে। তেওৰ মৃত্যুত অসমৰ সংবাদ জগতৰ অপুৰনীয় ক্ষতি হোৱাৰ লগতে অসমৰ সংবাদ জগতে অভিভাৱক হেৰুৱালে বুলি কয় ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিসকলে। ৰোগত আক্ৰন্ত হৈ দীৰ্ঘদীন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাংবাদিক গৰাকী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0