45
তেজপুৰঃ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এজন নিয়মীয়া শিল্পী জ্যোতি ৰঞ্জন নাথে শুকুৰবাৰে গুবাহাটীৰ আয়ুৰ চন্দা হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷ এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ শিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল৷
শিল্পীগৰাকী তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ লগতো জন্ম লগ্নৰে পৰা এগৰাকী নিয়মীয়া ঘোষক হিচাপে জড়িত আছিল৷