50
মোৰাঝাৰঃ উওৰ পূব ভাৰত এমাৰতে শ্বৰীয়াহ আৰু নদওৱাতুত তামিৰৰ সভাপতি আমিৰে শ্বৰীয়ত আল্লামা তৈয়বুৰ ৰহমান বড়ভূঞাৰ আজি নিজ বাস ভৱনত মৃত্যু হ’য়৷
উল্লেখযোগ্য যে কেইবামাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৰহমান৷ হাইলাকান্দিস্থিত বাসভৱনত ৮৮ বছৰ বয়সত মৃত্যু হয়৷ ৰহমানৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলা।