60
আগৰতলাঃ অহা ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন৷ এতিয়া দিল্লীৱালা নেতাই ভৰি পৰিছে ত্ৰিপুৰা৷ সকলোৱে লৈ আহিছে ন’ ন’ প্ৰতিশ্ৰুতি৷
বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ প্ৰভাৱশালী নেতা তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ পিছত শুকুৰবাৰে ৰাহুল গান্ধী আহে ত্ৰিপুৰালৈ৷