57
ডিজিটেল ডেস্কঃ যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা কৰ্ণাটক ভ্ৰমণ কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে৷ ভ্ৰমণ কালত বিভিন্ন সভা-সমিতি, কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হয়৷ তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷
নৰেন্দ্ৰ মোডীক তাচ্ছিল্য কৰি মোডীৰ কাৰ্যকাল শেষ হ’বৰ বাবে বেছি সময় নাই বুলি কৈ এতিয়া অতীতৰ কথা কোৱা বন্ধ কৰিব লাগে আৰু কাম আৰম্ভ কৰিব লাগে বুলি কয়৷