59
গুৱাহাটীঃ খাপলাং কাই আৰু নাই। খাপলাই কাই চৰিত্ৰত অভিনয় কৰি যোৱা কেবাটাও বছৰ ধৰি অসমৰ দৰ্শকক আমোদ দি অহা বিশিষ্ট অভিনেতা খাপলাং কাই আৰু নাই।
দেওবাৰে নিশা ১১.৩০ বজাত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যুক আকোৱালি লয় জনপ্ৰিয় অভিনেতা ৰাহুল দাসে।