61
গুৱাহাটীঃ পিএনবি কেলেংকাৰী সন্দৰ্ভত টুইটাৰত পুনৰ আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী৷ ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইট যোগে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ৰাহুল গান্ধীয়ে প্ৰথমে ললিত তাৰ পিছত মালিয়া আৰু এতিয়া নীৰৱ মোডীয় পলায়ণ কৰিছে বুলি টুইট কৰে৷
ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে কেলেংকাৰী সন্দৰ্ভত পদক্ষেপ ললে গুনাহগাৰ বুলি নাভাবিবলৈ কৈ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰিছিল৷