Home ৰাজ্যবিজেপি শাসিত ৰাজ্যৰ বাবে ৰে’ল বাজেটত উন্নয়নৰ বাবে আবন্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি

বিজেপি শাসিত ৰাজ্যৰ বাবে ৰে’ল বাজেটত উন্নয়নৰ বাবে আবন্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বিজেপি শাসিত ৰাজ্যসমূহৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ২০১৮-১৯ বৰ্ষৰ ৰে’ল বাজেটত উন্নয়নৰ বাবে আবন্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰা বুলি জানিব পৰা যায়৷ যোৱা মঙলবাৰে ৰে’লৱে ঘোষণা কৰা তথ্য অনুসৰি ২০০৯-১৪ বৰ্ষৰ ইউপিএ চৰকাৰৰ কাৰ্যকালৰ তুলনাত আবন্টন কৰা টকাৰ পৰিমাণতকৈ এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হব’লগীয়া ৰাজ্যসমূহৰ বাবে টকাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

পূৰ্বৰ চৰকাৰৰ তুলনাত এনডিএ শাসনত অহাৰ পিছত একাংশ ৰাজ্যত ধন আৱন্টন বৃদ্ধি হৈছে৷ উল্লেখ্য যে, বিজেপিৰ শাসন নথকা ৰাজ্য পশ্চিম বংগ, কেৰেলা আৰু দিল্লীত এই আবন্টনৰ পৰিমাণ কমকৈ কৰা বুলি চৰ্চা হৈছে। বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্য মধ্য প্ৰদেশ, চত্তীশগড় আৰু ৰাজস্থানত আৱন্টনৰ পৰিমাণ ক্ৰমে ৯০৬ শতাংশ, ১,১৭৩ শতাংশ আৰু ৫৬৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে। বিগত বছৰৰ উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। তাৰ বাবে আবন্টনৰ পৰিমাণ ৬৯৫ শতাংশলৈ বৃদ্ধি কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0