Home দেশনিশা নাম লৈ Facebookত উত্তেজনা বিয়পোৱা ৰবিক গ্ৰেপ্তাৰ, মুখ্যমন্ত্ৰীৰ টুইট

নিশা নাম লৈ Facebookত উত্তেজনা বিয়পোৱা ৰবিক গ্ৰেপ্তাৰ, মুখ্যমন্ত্ৰীৰ টুইট

by News Desk
A+A-
Reset
nisha4

ৰায়পুৰঃ এগৰাকী মহিলা। নাম নিশা জিন্দাল। ফেচবুক একাউণ্টত দীৰ্ঘদিন ধৰি নিশা জিন্দালে আপলোড কৰি আহিছিল সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা একাধিক পোষ্ট। লকডাউনৰ সময়তো এই একাউণ্টত দেখা গৈছিল বিভিন্ন ধৰণৰ উত্তেজনামূলক পোষ্ট আৰু উৰাবাতৰি। ১০ হাজাৰৰো অধিক ফল’ৱাৰ্ছ থকা ‘নিশা জিন্দাল’ নামৰ ফেচবুক একাউণ্টটোৰ জৰিয়তে সেয়া নিমিষতে অসংখ্যাজনলৈ বিয়পি পৰিছিল।

লকডাউনৰ সময়ত যাতে ছত্তিছগড়ত ছ’চিয়েল মিডিয়াযোগে কোনোধৰণৰ উৰাবাতৰি বিয়পিব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ আৰক্ষী-প্ৰশাসনে চলোৱা বিশেষ অভিযানলৈ সহাৰি জনাই উক্ত একাউণ্টটোৰ বিৰুদ্ধেও বহুসংখ্যাক লোকে অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে ৰায়পুৰ আৰক্ষীয়ে আই পি এড্ৰেছ ট্ৰেচ কৰি নিশা জিন্দালৰ সন্ধানত আৰম্ভ কৰে অভিযান।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0