Home দেশৰাজস্থানত দলঙৰ পৰা নৈত পৰিল তীৰ্থ যাত্ৰীৰ বাছ, ৩২ জনৰ মৃত্যু

ৰাজস্থানত দলঙৰ পৰা নৈত পৰিল তীৰ্থ যাত্ৰীৰ বাছ, ৩২ জনৰ মৃত্যু

by News Desk
68 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰাজস্থানত যাত্ৰীবাহী বাছ দলঙৰ পৰা নৈত পৰি ৩২গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পৰে। মন্দিৰ দৰ্শন কৰিবলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত হয়। শনিবাৰে পূৱা ৰাজস্থানৰ মাধোপুৰৰ ডুবি অঞ্চলত সংঘটিত হয় এই ঘটনা।

এই ঘটনাত ৩২ জনকৈ লোকৰ মৃত্যু হয়। কথমপি প্ৰাণ ৰক্ষা পৰা আন ৭ জন তীৰ্থ যাত্ৰীৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে ৩গৰাকী তীৰ্থ যাত্ৰী অদ্যাপি নিৰুদ্দেশ হৈ আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এখন যাত্রীবাহী বাছ ভাড়া কৰি হিন্দুয়ান চহৰৰ একাংশ লোকে মাধোপুৰৰ মালানা দাবি অঞ্চলৰ এটা মন্দিৰত দৰ্শন কৰিবলৈ আহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0