Home ৰাজ্যৰঙা ঘৰৰ আলহী হ’ল বিয়াৰ দৰা

ৰঙা ঘৰৰ আলহী হ’ল বিয়াৰ দৰা

by News Desk
43 views
A+A-
Reset

কামপুৰঃ বিয়া পাতিবলৈ আহিছিল ৰাজস্থানৰ পৰা৷ পিছে বিয়া পতা নহ’ল৷ মহিলাৰ ৰোষত পৰি ৰঙা ঘৰৰ আলহীহে হ’ব লগা হ’ল তিনি ৰাজস্থানী যুৱক৷ এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বৰকলাত৷

এগৰাকী ১৪ বছৰীয়া কিশোৰীক গোপনে বিয়া কৰাই লৈ যাবলৈ আহিছিল ৰাজস্থানৰ তিনি যুৱকে৷ ঘটনা অনুসৰি এই তিনি ৰাজস্থানী যুৱকৰ সৈতে চিনাকি হৈছিল ৰাজস্থানৰ কোম্পানীত কাম কৰা বৰকলা গাঁৱৰ অৰুণ হাজৰিকা নামৰ যুৱকজনৰ৷ ৰাজস্থানৰ এজন যুৱকে বিয়া পাতিবলৈ কইনা বিচৰাত অৰুন হাজৰিকাই চিনাকি কৰাই দিছিল একে গাঁওৰে ৰংমন ডেকাৰ ১৪ বছৰীয়া জীয়াৰীৰ সতে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0