Home দেশমোডীৰ মডেল ৰাজ্য গুজৰাটেই পিছ পৰি ৰৈছে স্বাস্থ্য আৰু শিক্ষা খণ্ডত

মোডীৰ মডেল ৰাজ্য গুজৰাটেই পিছ পৰি ৰৈছে স্বাস্থ্য আৰু শিক্ষা খণ্ডত

by News Desk
A+A-
Reset
rajeev_kumar_1692878_835x547-m

ডিজিটেল ডেস্কঃ ২০১৪ চনত গুজৰাট মডেলক সাৰোগত কৰিয়ে দেশ ব্যাপী নিৰ্বাচনৰ প্ৰচাৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ক্ৰমান্বয়ে মোডীৰ ৰাজ্য গুজৰাটৰ বিভিন্ন সমস্যাৰ কথা প্ৰকাশ হ’ব ধৰিছে৷ গুজৰাটৰ যোৱা বিধানসভা নিৰ্বাচনত ৰাজ্য খনৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছিল৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰো অৱস্থা ভাল নহয়, এই কথা বিৰোধী দলে নহয় খোদ নীতি আয়োগৰ অধ্যক্ষই প্ৰকাশ কৰিছে৷

  
ঔদ্যোগীকৰণত ভাল প্ৰদৰ্শন দেখুৱালেও স্বাস্থ্য আৰু শিক্ষাখণ্ডত পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাট৷ এই মন্তব্য কৰে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে৷ কুমাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী তথা জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে সাক্ষাৎ কৰাৰ পাছত কয়,  শিক্ষা আৰু স্বাস্থ্যখণ্ডত ঔদ্যোগীকৰণ, বুনিয়াদী আন্তঃগাঁথনিৰ দৰে আন কেতবোৰ বিষয়তকৈ পিছ পৰি ৰৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0