103
দৰংঃ অহা ২০ মে’ৰপৰা দৰ্শনাৰ্থীৰ আৰু পৰ্যটকসকলৰ বাবে বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুকুৰবাৰে মঙলদৈ বন সংমণ্ডল বন্যপ্ৰাণী তৰফৰপৰা এক জাননীৰ জৰিয়তে এই কথা জনোৱা হৈছে।
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পৰ্যটক দৰ্শনাৰ্থীসকলে এই সময়ছোৱাত উদ্যানখনত পৰিদৰ্শন কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰা হৈছে৷