Home ৰাজ্যৰাজীৱ শদিয়াক ‘বিপ্লৱী শিল্পী’ বঁটা, জাতি-জনগোষ্ঠীয়ে একগোট হৈ জাতিক ৰক্ষা কৰিব লাগিব

ৰাজীৱ শদিয়াক ‘বিপ্লৱী শিল্পী’ বঁটা, জাতি-জনগোষ্ঠীয়ে একগোট হৈ জাতিক ৰক্ষা কৰিব লাগিব

by News Desk
47 views
A+A-
Reset

ডিব্ৰুগড়ঃ জন্মভূমি আৰু আপোন মানুহৰ বাবে গান গাই মানুহৰ আপোন হৈ পৰা শিল্পী ৰাজীৱ শদিয়াক দেওবাৰে ‘বিপ্লৱী শিল্পী’ বঁটা প্ৰদান কৰে উজনি অসমৰ সক্ৰিয় দুটি জনগোষ্ঠীয় সংগঠনে৷ দৰিদ্ৰ, শ্ৰমিক, জাতি, মাটি আৰু মানুহৰ বাবে বিপ্লৱী গান গাই যুৱ প্ৰজন্মক জাতীয়তাবাদী হ’বলৈ প্ৰেৰণা যোগোৱা শিল্পী ৰাজীৱ শদিয়াই এই বঁটী গ্ৰহণ কৰি আবেগিক হৈ পৰে৷

সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু আৰু আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰদান কৰা বঁটা গ্ৰহণ কৰি উদীয়মান শিল্পী ৰাজীৱ শদিয়াই অসমীয়া জাতি জীয়াই থাকিবলৈ সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনক একগোট হ’বলৈ আহ্বান জনায়। বিশ্ব বিশ্ৰুত শিল্পী সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ চাউলখোৱা চাহ জনজাতি প্ৰেক্ষাগৃহত ৰাজ্যৰ চাৰিগৰাকী শিল্পীক মান পত্র, শৰাই, জাপি আৰু নগদ ধনেৰে সংগঠন দুটাই সম্বৰ্ধনা যাচে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0