50
হৰিশিঙাঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল হৰিশিঙাৰ ৰাকেশ দাস। হৰিশিঙা নিবাসী ২নং পট্টিৰ ফুকন দাস আৰু মলয়া কাকতিৰ একমাএ পুত্ৰ ৰাকেশে অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ হৰিশিঙালৈ গৌৰৱ কঢ়িযাই আনিছে।
হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ২০০৫ চনত দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ৰাকেশ৷