Home ৰাজ্যনগাঁও আদালতত প্ৰাক্তন মন্ত্রী ৰকিবুল, আদালতত হাজিৰ হোৱাৰ তাৰিখতে জ্বৰ, চৰ্দিত আক্ৰান্ত হয় অনিল ৰাজা

নগাঁও আদালতত প্ৰাক্তন মন্ত্রী ৰকিবুল, আদালতত হাজিৰ হোৱাৰ তাৰিখতে জ্বৰ, চৰ্দিত আক্ৰান্ত হয় অনিল ৰাজা

by News Desk
64 views
A+A-
Reset

newsnextone.com | নগাঁওঃ প্ৰবীন কংগ্ৰেছী নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা গোচৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনেও শেহতীয়াকৈ অনিল ৰাজাৰ ওপৰত এক মানহানি গোচৰ তৰিছিল নগাঁও আদালতত৷ উক্ত গোচৰৰ ওপৰত ভিত্তি কৰি নগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতত সাক্ষ্য প্ৰদানৰ বাবে আজি বিয়লি উপস্থিত হয় প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইন৷ 

সাক্ষ্য প্ৰদান কৰি আদালত কক্ষৰ বাহিৰত উপস্থিত সংবাদ মাধ্যমৰ লোক সকলক অনিল ৰাজা আদালতৰ চমন পোৱাৰ পাছতো কিয় বাৰে বাৰে আদালতৰ নিদ্দেৰ্শনা অৱমাননা কৰি আদালতত উপস্থিত নহোৱা সন্দৰ্ভত কটাক্ষ কৰি প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীগৰাকীয়ে কয় যে আদালতত হাজিৰ হোৱাৰ তাৰিখৰ দিনাই অনিল ৰাজাই জ্বৰ, কাঁহ, চৰ্দি, গাৰ বিষ, প্ৰেছাৰ আদিত আক্ৰান্ত হোৱাৰ বাহানা বনাই আদালতত উপস্থিত থকাৰ পৰা বিৰত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0