68
গোৰেশ্বৰঃ নিখিল ভাৰত কৃষক সভাই বাক্সা জিলাৰ গোৰেশ্বৰত সোমবাৰে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, গণতন্ত্র ৰক্ষাৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জোঁৰ সমদল উলিযায়৷
গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগতো সন্ধিয়া জোঁৰ সমদল উলিওৱা হয়। এই কাৰ্যসুচীৰ জড়িয়তে মূল্যবৃদ্ধি হ্ৰাস কৰা, উৎপাদিত ফচলৰ কৃষকক উচিত মূল্য প্ৰদান কৰা, মাটিৰ পট্টাৰ সমস্যা সমাধান কৰা, বানপানী- খৰাখহনীয়া আদিকে ধৰি মুঠ দহ দাবী উত্থাপন কৰি জোঁৰ সমদল উলিয়াই কৃষক সংগঠনটোৱে।