73
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ আৰু বাবৰি মছজিদ এতিয়া দেশৰ ৰাজনীতিৰ বিষয় বস্তু হোৱাৰ লগে লগে চৰ্চাৰ বিষয় হৈ পৰিছে৷ প্ৰতিদিনে নতুন নতুন খবৰ পোহৰলৈ আহিব ধৰিছে ৰাম মন্দিৰ আৰু বাবৰি মছজিদকলৈ৷
যোৱা প্ৰায় ৩টা দশক ধৰি নিৰ্বাচন আহিলেই ৰাম মন্দিৰ আৰু বাবৰি মছজিদকলৈ লেতেৰা ৰাজনীতি চলি আহিছে৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাম মন্দিৰক লৈ আকৌ ৰাজনীতি আৰম্ভ হৈছে দেশত৷