60
গুৱাহাটীঃ অসমৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হৈছে ৰাম নৱমী। বিশ্ব হিন্দু পৰিষদৰ কৰুণাবাৰী প্ৰখণ্ডৰ উদ্যোগত হাৰমতীত ৰাম নৱমী উদযাপন কৰিছে৷ কাৰ্যসূচীত শোভাযাত্ৰা, ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰা হয়, য’ত বিশ্ব হিন্দু পৰিষদৰ শীৰ্ষস্থানীয় কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে৷
ৰঙিয়াত বাইক ৰেলীঃ